নাজিৰাত নৱনিৰ্বাচিত পঞ্চায়ত সদস্যৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৭ মে' : নাজিৰা সমজিলাৰ অন্তৰ্গত নাজিৰা নগৰৰ সমীপৰ ৰজাপুল গাঁৱৰ নিৱাসী তথা নিৰ্বাচিত পঞ্চায়ত সদস্যা কুঞ্জ বৰগোহাঞিৰ আকস্মিক মৃত্যু ঘটিছে।
উল্লেখযোগ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনৰ দুদিনমানৰ পুৰ্বে উচ্চৰক্তচাপত আক্ৰান্ত হোৱা পঞ্চায়ত সদস্যাগৰাকী দলীয় কামকাজত ব্যস্ত থকা সময়তে পুনৰ অসুস্থ হৈ পৰে আৰু আকস্মিকভাবে মৃত্যুক আকোঁৱালি লয়।…
Read More...