কালি মাতৃৰ বিয়োগ, যুদ্ধলৈ সাজু জোৱান কুলেন গগৈ
বিশেষ বার্তা, ৮ মে' : কালি মাতৃৰ বিয়োগ, যুদ্ধলৈ যাবলৈ সাজু জোৱান কুলেন গগৈ।নাহৰকটীয়াৰ এজন প্ৰাক্তন সেনা জোৱান। যিজনে NSG টো পেৰাছুট ৰেজিমেণ্টত কাম কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ শান্তি সেনাটো নিয়োজিত আছিল। এইজন ব্যক্তিলৈ যোৱা ৬ মে তাৰিখে তেওঁ পুনৰ যুদ্ধলৈ যাবলৈ সাজু নি বুলি ফোন আহিছিল। কিন্তু দুখৰ কথা যে কালি তেওঁৰ জন্মদাত্ৰী মাতৃৰ বিয়োগ ঘটিল।
কিন্তু ইয়াৰ…
Read More...