প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস
🔹 বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা : 'শব্দ আৰু সুৰৰ এসন্ধ্যা' অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১০ এপ্ৰিল : ২৩ বছৰত ভৰি দিলে ঢকুৱাখনা সমজিলাৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাই। দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰে প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ২৩ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯ বজাত গীল্ডৰ পতাকা…
Read More...