আজিৰ দিনটোৰ ৰাশিফল
আজি ৯ এপ্রিল, চ’ত মাহৰ ২৬ তাৰিখ
বুধবাৰ : তিথি : শুক্লা দ্বাদশী, নক্ষত্র : মঘা, যাত্রা : শুভ
মেষ : কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে৷ সামাজিক কামত সন্মান প্রাপ্তিৰ যোগ৷ পুৰণি বন্ধুক লগ পাব পাৰে৷ দাম্পত্যত অশান্তি, বিদ্যার্থীৰ শুভ ফলদায়ক৷ শুভ ৰং বগা৷
বৃষ : সামাজিক কামত সাফল্য আহিব৷ প্রয়োজনত বন্ধুৰ…
Read More...