আজিৰ দিনটোৰ ৰাশিফল
আজি ৫ এপ্রিল, চ’ত মাহৰ ২২ তাৰিখ
শনিবাৰঃ তিথি– শুক্লা অষ্টমী, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ নাই
মেষঃ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা দিশত আপোনাৰ কৰণীয় দায়িত্ব পালন হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
বৃষঃ বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷ বাহ্যিক কর্মত মন দিব লগা হোৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে৷ শুভ ৰং…
Read More...