ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু বাকৰি
🔹 ১২ দিনীয়াকৈ অনুষ্ঠিত বিনামূলীয়া বিহুনাচ-বিহুবাদ্যৰ প্ৰশিক্ষণ
নিয়মীয়া বার্তা, ৬ এপ্ৰিল : বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ঢোল-পেঁপাৰ মাতত গুঞ্জৰিত চৌদিশ। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দিনে-নিশাই চলিছে বিহু নাচৰ অনুশীলন। ৰঙালী বিহুৰ প্ৰাকক্ষণত ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ঢকুৱাখনাৰ ম'হঘুলি চাপৰিৰ ফাটবিহু বাকৰি। টাকুৰি ঘূৰাদি ঘূৰিছে…
Read More...