আজিৰ দিনটোৰ ৰাশিফল
আজি ২৩ ফেব্রুৱাৰী, ফাগুন মাহৰ ১০ তাৰিখ
দেওবাৰ : তিথি– কৃষ্ণা দশমী, নক্ষত্র : মূলা, যাত্রা : শুভ
মেষ : শুভ ৰং বগা, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ তুলসীৰ পূজা কৰিব৷
বৃষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে৷ যিকোনো ভাল কাম কৰিলে সুফল পাব৷ বন্ধুৰ লগত বিচ্ছেদ…
Read More...