গৌৰৱৰ বিয়াত সোণৰ আঙঠি-চেইন-ব্রেচলেট উপহাৰ ৰাকেশ পালৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত পর্বতসম দুর্নীতিৰ বহু তথ্য অসম আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ ৰাকেশ পালৰ কার্যকালত আয়োগত নিযুক্তিৰ নামত সংঘটিত হোৱা বৃহৎ অনিয়মৰ আন কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন কৰা ন্যায়িক আয়োগৰ প্রতিবেদনত৷…
Read More...