বিশ্বদৰবাৰলৈ ঝুমুৰ : ৮৮৮৮ শিল্পীৰ নৃত্যানুষ্ঠানেৰে ঝুমইৰ বিনন্দিনী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ চাহ জনগোষ্ঠীৰ বর্ণিল সংস্কৃতিৰে উদ্ভাসিত হৈ পৰিল গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পস্থলী৷ অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ চাহ জনগোষ্ঠীৰ লোকসকলৰ স্বাভিমান ঝুমুৰ প্রতিষ্ঠিত হ’ল বিশ্ব দৰবাৰত৷ ৮ সহস্রাধিক চাহ বাগিচাৰ শিল্পীয়ে সৰুসজাই ক্রীড়া প্রকল্পৰ এথলেটিক ষ্টেডিয়ামত প্রদর্শন কৰা ঝুমুৰ উপভোগ কৰি আন এক ঐতিহাসিক ক্ষণৰ…
Read More...