চামগুৰিৰ শিঙিমাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ চামগুৰি সমষ্টিৰ পূৱ শিঙিমাৰীত এটি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে৷ পথছোৱা নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ বাবে আজি স্থানীয় ৰাইজে পথছোৱাৰ ওপৰত এক উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে৷ প্ৰতিবাদকাৰীসকলে ঠিকাদাৰ আৰু অভিয়ন্তাৰ বিৰুদ্ধে নানা শ্লো'গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ লোক নিৰ্মাণ বিভাগৰ অধীনত ১·৭৫০ কিঃমি…
Read More...