HS-ৰ ফলাফল : দেৰগাঁৱৰ স্বপ্ননীল বৰাৰ সাফল্য অর্জন
আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাৰ ফলাফলত দেৰগাঁৱৰ মিছামৰা মৌজাৰ দুলীয়াগাঁৱৰ মেধাৱী ছাত্র স্বপ্ননীল বৰাই কলা শাখাত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীর্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
স্বপ্ননীলে ইংৰাজীত ৭০, অসমীয়াত ৮৫, বুৰঞ্জীত ৮৩, ভূগোলত ৭৫, স্বদেশ অধ্যয়নত ৬৫, ৰাজনীতি বিজ্ঞান বিষয়ত ৬৪ নম্বৰ লাভ কৰি সর্বমুঠ ৩৭৮ নম্বৰ লাভ…
Read More...