নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

জোনাইত চোৰাং চিকাৰী আটক, হস্তনিৰ্মিত বন্দুক-মোবাইল ফোন জব্দ 

নিয়মীয়া বাৰ্তা, জোনাই, ৩ মে' : জোনাইৰ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য 'পবা'ৰ লেকু বীটৰ অন্তৰ্গত পবাৰ পৰা শনিবাৰে এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজনৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, দা, মোবাইল ফোনৰ লগতে এটা বেগ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় চাৰি বজাত ব্যক্তিজনে হস্তনিৰ্মিত এটা বন্দুক লৈ প্ৰস্তাৱিত…
Read More...

মাজত মাত্ৰ কেইটামান ঘণ্টা… কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

ডিজিটেল ডেস্ক, ৩ মে’ : হাইভ’ল্টেজ নির্বাচনী সমুখ সমৰৰ পাছত এইবাৰ আৰম্ভ হৈছে অসমত নতুন চৰকাৰ গঠনৰ কাউণ্ট–ডাউন৷…

মাজুলীৰ মুগাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্য, চুমনি পৰিদৰ্শন জিলা আয়ুক্তৰ

নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ৩ মে’ : মাজুলীৰ ঐতিহ্যমণ্ডিত মুগাশিল্পক বিশ্ব দৰবাৰত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা…

বৃহত্তৰ নগৰবেৰাত জলমগ্ন বহু খেতিপথাৰ, কৃষকৰ হাহাকাৰ

বানত ককবকাইছে দুখীয়া কৃষকে। কামৰূপৰ বৃহত্তৰ নগৰবেৰাৰ পিজুপাৰা, সৰুডোবা, কল্যাণপুৰ আৰু জামলাই অঞ্চলত জলমগ্ন হৈছে…

বৈঠালাংছʼত বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যু

বৈঠালাংছʼৰ ৰজা গাঁৱত নিশা এক শোকাৱহ ঘটনা সংঘটিত হয়। বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় দাস নামৰ এজন যুৱকৰ থিতাতে মৃত্যু…

উৎকোচ লৈ হাত দাঙিলে লখিমপুৰৰ আঞ্চলিক বন বিষয়া শিৱাশিস শাণ্ডিল্যই

ডিজিটেল ডেস্ক, ১ মে' : টকাৰ খঁক একাংশ চৰকাৰী বিষয়াৰ। দৰমহাৰে নভৰে পকেট। সেয়ে বক্ৰপথৰে লয় ধন। পিছে দিন-দশা বেয়া…

​কোকৰাঝাৰত সপ্তম ‘এৰী দিৱস’ উদযাপন, ৰেচম শিল্পৰ উত্তৰণৰ সংকল্প

​নিয়মীয়া বাৰ্তা, দোতমা, ১ মে’ : বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ৰ ৰেচম বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰ জিলাৰ…

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি… ৭ মহীয়া অন্তঃসত্ত্বা পত্নীৰে অঘটন

ডিজিটেল ডেস্ক, ১ মে' : শিলচৰৰ মধুৰবন্ধত সংঘটিত হৈছে এক জঘন্য তথা মানৱতাক লজ্জানত কৰা হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ…