নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

কামপুৰত কপিলী নৈত জাঁপ যুৱকৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : নগাঁও জিলাৰ কামপুৰত আজি পুৱা এজন যুৱকে কপিলী নৈত জাঁপ দিয়াৰ পাছৰে পৰা সন্ধানহীন হয় । প্ৰাপ্ত খবৰ অনুসৰি, কামপুৰ ভলভলীয়া গাঁৱৰ সুমিত মণ্ডল (৩০) নামৰ যুৱকজনে আজি পুৱা নৈখনত জাঁপ দিয়ে । স্থানীয় লোকৰ খবৰৰ ভিত্তিত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই ।
Read More...

নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বর্ষৰ মোহন ভাইৰা বঁটা

বিশেষ বার্তা, ৩১ জানুৱাৰী : ২০২৫ চনৰ মোহন ভাইৰা স্মাৰক বঁটা নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ আল্লিয়াৰ নাৰায়ণ গাঁৱৰ বিশিষ্ট…

পাঠশালাত ‘নিয়মীয়া বার্তা’ৰ ৫ দিনীয়া বিশেষ কার্যসূচী ‘আলাপ’

🔹 অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন 🔹 ‘আলাপ’ উদ্বোধন কৰিব সম্পাদক নৰেশ কলিতাই বিশেষ বাৰ্তা, ৩০ জানুৱাৰী : ৩১…

ৰঙিয়া-ভূটান সংযোগী পথত বাছ-ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ ৰঙিয়াৰ দলৈগাঁৱত পথ দুৰ্ঘটনা। বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয় ৰঙিয়া-ভূটান সংযোগী…

বালিপৰাৰ সৰুপাট গাঁৱত পথ দুৰ্ঘটনা, এজন নিহত

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰী : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত সৰুপাটগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক…