আজিৰ দিনটোৰ ৰাশিফল
আজি ১২ জানুৱাৰী, পুহ মাহৰ ২৭ তাৰিখ
দেওবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : মৃগশিৰা, যাত্রা : নাই
মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷
বৃষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷…
Read More...