কাহিলিপাৰা গণেশগুৰি শাখা লেখিকা সন্থাৰ সাহিত্য বৈঠকত অংশগ্ৰহণ মৃণলিনী দেৱীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ নৱেম্বৰঃ বৃহত্তৰ কাহিলিপাৰা গণেশগুৰি শাখা লেখিকা সংস্থাৰ উদ্যোগত কাহিলিপাৰা আদৰ্শপুৰ, গৃহ নং ২৬ত এখনি সাহিত্য বৈঠক অনুষ্ঠিত হৈ যায়। বৃহত্তৰ কাহিলীপাৰা গণেশগুৰি শাখা লেখিকা সংস্থাৰ স্থায়ী সভাপতি মৃণালিনী দেৱীৰ সঞ্চালনাত আৰু সম্পাদক গীতিকা দেৱীৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত ভাষণ দি মৃণালিনী দেৱীয়ে কয় যে মানৱৰ…
Read More...