চামগুৰিত নিশা বিধায়ক জিতু গোস্বামীৰ গাড়ীলৈ গুলীচালনা
🔹 উপ–নির্বাচনৰ প্রচাৰতে বঢ়মপুৰৰ বিধায়কক হত্যাৰ চেষ্টা কংগ্রেছী গুণ্ডাৰ
🔹 বাহনলৈ লক্ষ্য কৰি তিনিজাঁই গুলী–প্রচণ্ড শিলাবর্ষণ
বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : হত্যা–হিংসাৰে নির্বাচনী প্রচাৰ উত্তেজনাপূর্ণ হৈ পৰা চামগুৰিত এক ভয়ানক কাণ্ড সংঘটিত হয়৷ সমষ্টিটোত নির্বাচনৰ প্রচাৰ চলি থকাৰ মাজতে যোৱা নিশা বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীক দুর্বৃত্তই গুলীয়াই…
Read More...