কাছাৰত ৭ কোটি টকাৰ য়াবা টেবলেটসহ হেৰ’ইন জব্দ
🔹 বৰপেটাৰ আব্দুল আলিমক আটক
নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : কাছাৰত ৭ কোটি টকাৰ য়াবা টেবলেটসহ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, বিশ্বাসযোগ্য চোৰাংচোৱাৰ খবৰৰ ভিত্তিত কালি সন্ধিয়া কাছাৰ আৰক্ষীয়ে ধলাই থানাৰ অধীনস্থ লাইলাপুৰত নিচাজাতীয় সামগ্ৰী পৰিবহণৰ বিৰুদ্ধে বিশেষ অভিযান চলাই আইজলৰ পৰা অহা এখন…
Read More...