বিলাসীপাৰাত ৬৫সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : নামনি অসমৰ ঐতিহ্যমণ্ডিত বিলাসীপাৰা ৰাস মহোৎসৱ উদযাপনৰ বাবে বিলাসীপাৰাবাসী সাজু হৈ উঠিছে। শৰতৰ পূৰ্ণিমা তিথিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক কেন্দ্ৰ কৰি প্ৰতিটো বৰ্ষতে বিলাসীপাৰাৰ বাকৰি যেন সকলো ধৰ্মাৱলম্বী লোকৰ মহামিলনৰ পুণ্যভূমিত পৰিণত হৈ আহিছে। এইবেলিও মহাপ্ৰভুৰ ৰাস মহোৎসৱক এক অনন্য মাত্ৰা দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলিছে।…
Read More...