ছত্তিশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাক শুভকামনা মন্ত্ৰী ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুলাইঃ ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই। সেই সুবাদতে ৰাজ্যপাল হিচাবে যোগদান কৰিবলৈ যোৱাৰ প্ৰাকমুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী ৰঞ্জিত দাসে। শুভকামনা জ্ঞাপন কৰি নিশ্চিত ৰূপত এগৰাকী সফল ৰাজ্যপাল হিচাবে পৰিগণিত হ'ব আশা প্ৰকাশ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ…
Read More...