ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, তীব্ৰ উত্তেজনা
বিশেষ বাৰ্তা, ১৮ জুলাই : এক ৰহস্যজনক মৃত্যুৰ ঘটনাই জোকাৰি গৈছে ডিব্ৰুগড়ক। ডিব্ৰুগড় চহৰৰ আভিজাত্য জিমখানা ক্লাবৰ এগৰাকী মেনেজাৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ডিব্ৰুগড় চহৰৰ গাৰ্ডপাৰা অঞ্চলত অৱস্থিত জিমখানা ক্লাবত ক্লাবৰ মেনেজাৰ ভীম ৰজ্জকৰ কালি নিশা প্ৰায় ৯ বজাত ওলমি থকা অৱস্থাত মৃতদেহ ক্লাবৰ ষ্টাফৰ জিৰণি…
Read More...