দুলীয়াজানৰ শিক্ষাবিদ অৰুণ কুমাৰ বৰদলৈৰ বিয়োগ
নিয়মীয়া বাৰ্তা, ১৪ জুলাই : দুলীয়াজান কঁঠালগুৰি অঞ্চলৰ শৈক্ষিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ গুৰি ধৰোঁতা শিক্ষাবিদ অৰুণ কুমাৰ বৰদলৈৰ (৮৫) আজি সন্ধিয়া ৬ বাজি ৩৫ মিনিটত পৰলোকপ্ৰাপ্তি হয় । তেওঁৰ মৃত্যুত সমগ্ৰ দুলীয়াজান অঞ্চলৰ বৌদ্ধিক আৰু সাংস্কৃতিক মহল শোকত ম্ৰিয়মাণ হৈ পৰিছে। জটিল ৰোগত আক্ৰান্ত হৈ থকা অৰুণ কুমাৰ বৰদলৈক দুদিন পূৰ্বে ডিব্ৰুগড় মেডিকেলত ভৰ্তি…
Read More...