বান শিবিৰত আশ্ৰয় লোৱা লোকৰ বাবে ফেন প্ৰদান জোনাইৰ উজ্জ্বল লাগাছুৰ
নিয়মীয়া বাৰ্তা, ৮ জুলাই : জোনাইৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ৷ জোনাইৰ বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ বাবে আশ্ৰয় শিবিৰত থকা পৰিয়ালসকলৰ মাজত প্ৰদান কৰিলে চিলিং ফেন৷ জোনাই নেপালবস্তি গাঁও নিবাসী তথা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উজ্জ্বল লাগাছুৱে আজি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা বান শিবিৰত আশ্ৰয় লোৱা…
Read More...