ডিব্ৰুগড়ত আঠ দিন ধৰি ঘাইপথ জলমগ্ন : বানাক্ৰান্তৰ প্ৰতিবাদ
বিশেষ বাৰ্তা, ৪ জুলাই : বিগত আঠটা দিন কৃত্ৰিম বানত ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন। নিৰ্বিকাৰ ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন। মুষলধাৰ বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানত বিগত আঠ দিন ধৰি জলাকলা খাইছে ডিব্ৰুগড় চহৰবাসীয়ে। ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু গাফিলতিৰ পৰিণতিত কৃত্ৰিম বানত দুৰ্ভোগ ভুগিব লগা হৈছে…
Read More...