খুমটাই আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান আৰোগ্য শিবিৰ
নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ : খুমটাই আদৰ্শ চিকিৎসালয়ত আজি আয়ুষ্মান আৰোগ্য শিৱিৰ অনুষ্ঠিত হৈ যায়। আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ নবীন গোহাঁইয়ে ফিটা কাটি উদ্বোধন কৰা শিৱৰত চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ মনোজ হাজৰিকা, স্বাস্থ্য প্ৰশিক্ষক মল্লিকা গগৈ,এ বি পি এম প্ৰকাশ জ্যোতি মহন্ত, ফামাৰ্চিছ পলৱী কুৰ্মীৰ লগতে চিকিৎসক আৰু স্বাস্থ্য কৰ্মী…
Read More...