নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

অন্তিম দিনা ধুবুৰীত বিশাল বাইক ৰেলী বিজেপি প্ৰাৰ্থী উত্তম প্ৰসাদৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উত্তম প্ৰসাদে এক বিশাল বাইক ৰেলীৰে নিজৰ প্ৰচাৰৰ সামৰণি মাৰে। চহৰখনৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা সেই বাইক ৰেলীয়ে ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি শক্তি প্ৰদৰ্শন কৰে প্ৰাৰ্থীগৰাকীয়ে ।…
Read More...

পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই : মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হুংকাৰ

ডিজিটেল ডেস্ক, ৭ এপ্ৰিল : 'পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেড়াই । পাতালৰ পৰা হ’লেও পৱন খেড়াক বিচাৰি…

মন্দিৰা আৰক্ষীৰ জালত ৩ চোৰাং গৰু সৰবৰাহকাৰী, ২৮টা গৰু জব্দ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ এপ্ৰিল : কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে সোমবাৰে চোৰাং গৰু সৰবৰাহকাৰীৰ…

নিৰ্বাচনৰ পূৰ্বে মানকাচৰত আৰক্ষী-বিএছএফৰ যুটীয়া ফ্লেগমাৰ্চ

নিয়মীয়া বাৰ্তা, মানকাচৰ, ৭ এপ্ৰিল : আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ…

বৰাকত আজি অন্তিম নিৰ্বাচনী প্রচাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

ডিজিটেল ডেস্ক, ৭ এপ্রিল : অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ নির্বাচনী প্রচাৰ অভিযানৰ আজি অন্তিম দিন৷ আজি বিয়লি পাঁচ বজাৰ…

বঢ়মপুৰত জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, চামগুৰি, ৬ এপ্ৰিল : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ…

ঢকুৱাখনাত নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ এপ্রিল : ৰাজ্যত নির্বাচনী গৰম বতাহ বলি থকাৰ মাজতে আজি ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত…

NDA-ৰ ‘হেটট্ৰিক’, কংগ্ৰেছৰ ‘পৰাজয়ৰ চেঞ্চুৰী’, দাবী প্ৰধানমন্ত্ৰীৰ

অসমত NDA চৰকাৰ পুনৰবাৰ ক্ষমতালৈ আহি বিজয়ৰ হেটট্ৰিক সম্পূৰ্ণ কৰিব বুলি দৃঢ় দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।…

তেজপুৰত ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে চাইকেল ৰেলী

বিশেষ বাৰ্তা তেজপুৰ, ৬ এপ্ৰিল : অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে চলি থকা প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ…