ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সেনৰ দেহাৱসান
ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক তথা জিলাখনৰ আগমনি প্ৰেছ ক্লাবৰ সভাপতি প্ৰদীপ সেন (টেক্সি)ৰ দেহাৱসান ঘটিছে। আজি ধুবুৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
দীৰ্ঘদিন ধৰি সাংবাদিকতা ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা প্ৰদীপ সেন ধুবুৰী জিলাৰ সংবাদ জগতত এক সুপৰিচিত নাম আছিল। আগমনি প্ৰেছ ক্লাবৰ সভাপতি হিচাপে তেওঁ বিভিন্ন সময়ত সংবাদ মাধ্যমৰ…
Read More...