বকোৰ লামপাৰাত নিশা এনকাউণ্টাৰ : ডকাইত কেনাৰামৰ ভৰিত আৰক্ষীৰ গুলি
নিয়মীয়া বাৰ্তা, ২৩ জুন : কামৰূপ জিলাৰ বকোৰ লামপাৰাত যোৱানিশা এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, দুৰ্ধৰ্ষ ডকাইত এটালৈ আৰক্ষীয়ে দুজাঁই গুলীচালনা কৰে। আৰক্ষীৰ গুলীত ভৰিত গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী ওৰফে মোটো বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে বুলি জনা যায়। নিশাই…
Read More...