আজিৰ দিনটোৰ ৰাশিফল
আজি ২৪ জুন, আহাৰ মাহৰ ৯ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা দ্বিতীয়া, নক্ষত্র : উত্তৰষাঢ়া, যাত্রা : শুভ
মেষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ হাতলৈ টকা–পইচা আহিব৷ পুৰণা কেছ–মোকর্দমাত জয়ী হ’ব৷ আনৰ সহায়ে উৎসাহিত কৰিব৷
বৃষ : শুভ ৰং বগা, সংখ্যা ৭৷ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ পুৰণা ৰোগত ভোগাসকলে কষ্ট পাব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব৷
মিথুন :…
Read More...