আজিৰ দিনটোৰ ৰাশিফল
আজি ২৪ নৱেম্বৰ, আঘোণ মাহৰ ৮ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই
মেষ : আজি সন্ধিয়া গণেশ মন্দিৰত ৫টা লাড়ু দান কৰিব আৰু ধূপ–ধূনা, চাকি–বন্তি জ্বলাব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব৷
বৃষ : কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে৷ বিবাহৰ যোগ৷ ব্যৱসায়ৰ ক্ষেত্রত অশুভ৷ প্রেমত শুভ৷
মিথুন : বিদ্যার্থীৰ শুভ৷ ৰাজনীতিৰ…
Read More...