দুধনৈত অৰ্ধনগ্ন অৱস্থাত এজনৰ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য
ডিজিটেল ডেস্ক, ৫ এপ্ৰিল : দুধনৈৰ মাজমজিয়াত আজি এক জঘন্য কাণ্ড সংঘটিত হৈছে। দুধনৈ দৈনিক বজাৰত থকা সমবায় সমিতি কাৰ্যালয়ৰ সন্মুখত অৰ্ধনগ্ন পুৰুষৰ এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে।
নিহত ব্যক্তিগৰাকী দুধনৈ নদীৰ…
Read More...