বহুচৰ্চিত যোৰহাট লোকসভা সমষ্টিত তপন গগৈ জয়ী হোৱাটো খাটাং : ৰঞ্জিত দত্ত
🔹 শোণিতপুৰৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জনালে মিত্ৰজোঁটৰ প্ৰাৰ্থী দত্তই
বিশেষ বাৰ্তা, ১৪ মে’ : অহা ৪ জুনত সংসদীয় নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হ’ব। এতিয়াও ৰাজ্যৰ লগতে দেশবাসী উৎকণ্ঠিত হৈ আছে এইবেলি কোনটো দলে লোকসভা নিৰ্বাচনত শেষ হাঁহি মাৰি বিজয়ৰ মুকুট পিন্ধিব বুলি । এনেহেন সময়তে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই আজি বৰছলা…
Read More...