জোনাইত অঘটন : মাছ মাৰিবলৈ গৈ চিয়াং নৈৰ বুকুত সন্ধানহীন যুৱক
নিয়মীয়া বাৰ্তা, ১৪ মে' : জোনাইত আজি পুৱাই সংঘটিত হ'ল এক অঘটন। চিয়াং নৈত মাছ মাৰিবলৈ গৈ পুৱাই চিয়াং নৈৰ বুকুত সন্ধানহীন হয় জোনাইৰ বেৰা বেংগলী গাঁৱৰ এজন যুৱক। সন্ধানহীন যুৱকজন জোনাইৰ বেৰা বেংগলী গাঁৱৰ ২৮ বছৰীয়া ভুবন দাস বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সোমবাৰে আবেলি প্ৰায় ২ বজাত দুই বন্ধুৰ সৈতে সন্ধানহীন যুৱকজনে এখন সৰু যন্ত্ৰচালিত নাৱেৰে…
Read More...