দৰং-ওদালগুৰিত অভিলেখসংখ্যক ভোটত জয়ী হ’ব দিলীপ শইকীয়া : দিগন্ত কলিতা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ এপ্ৰিলঃ অভিলেখসংখ্যক ভোটৰ ব্যৱধানত এইবাৰ জয়ী হ’ব দৰং ওদালগুৰিৰ বিজেপি প্রার্থী দিলীপ শইকীয়া৷ আজি এই মন্তব্য কৰে বিজেপি প্রার্থীগৰাকীৰ নির্বাচনী প্রচাৰত ব্যস্ত থকা কমলপুৰৰ বিধায়ক দিগন্ত কলিতা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত সাংসদ দিলীপ শইকীয়াই আজি মনোনয়ন দাখিল কৰাৰ সময়ত ৰাইজ হিলদল ভাঙি ওলাই আহিছে৷ বিজেপি, অসম…
Read More...