অসমৰ প্রার্থী তালিকাক লৈ কাইলৈ দিল্লীত কংগ্রেছৰ চিইচিৰ বৈঠক
🔹 দিল্লীত উপস্থিত ভূপেন বৰা–দেৱব্রত শইকীয়া
🔹 ২০২৬ৰ পূর্বে অসমত নিঃশেষ হ’ব কংগ্রেছ : আজমলৰ ভৱিষ্যদ্বাণী
বিশেষ বাৰ্তা, ১০ মার্চ : অসমৰ কংগ্রেছৰ প্রার্থী তালিকাক লৈ সকলো জল্পনা-কল্পনা অৱসান হোৱাৰ পথত৷ কাইলৈ নতুন দিল্লীত এআইচিচিৰ মুখ্য কার্যালয়ত বিয়লিৰ ভাগত অনুষ্ঠিত হ’ব অসমৰ প্রার্থী বাছনিক লৈ কংগ্রেছৰ চিইচিৰ বৈঠক৷ কংগ্রেছ সভাপতি মল্লিকার্জুন…
Read More...