ৰাঙাপানীত ৰাজপথ দখলক লৈ উত্তপ্ত পৰিস্থিতি, ৰাইজৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাঙাপানীত ৰাজপথতে একাংশৰ বেদখল। বেদখলকাৰীক উচ্ছেদৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ | উত্তৰ ৰাঙাপানীত অবৈধ বেদখলকাৰীয়ে সদাব্যস্ত এটা ৰাজপথতেই খুঁটা পুতি থোৱাক লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে |ধনবল-বাহুবলেৰে খুঁটা পুতি বলপূৰ্বক দখল কৰিছে ৰাজপথ। পথৰ মাজত মজবুতকৈ খুঁটা পোতাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে…
Read More...