নাৰায়ণপুৰত পথ দুৰ্ঘটনাত যুৱক নিহত
বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰী : নাৰায়ণপুৰ থানাৰ অন্তৰ্গত পিছলাগুৰিত যোৱানিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷ পিছলাগুৰিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১০ বজাত সংঘটিত উক্ত দুৰ্ঘটনাটোত এজন যুৱকৰ থিতাতে মৃত্যু ঘটে৷ পৰৱৰ্তী সময়ত মৃত যুৱকজন বিশ্বনাথ জিলাৰ হাৱাজানৰ খাৱৈগুৰিৰ গুলচন বৰুৱা (২৫) বুলি চিনাক্ত কৰা হয়৷ গুলচন বৰুৱাই এ এছ-০১ ই এন-৬১৪৫ নম্বৰৰ মাৰুতি…
Read More...