চামগুৰিত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ তীব্ৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ চামগুৰিস্থিত বাজিয়াগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই মাননি বৃদ্ধিকে ধৰি বিভিন্ন দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মী-সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি চৰকাৰ তথা সংশ্লিষ্ট সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে অনীহা…
Read More...