বিভিন্ন দাবীত মানকাচৰত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : অংগনৱাড়ী কর্মী-সহায়িকা, মিনি অংগনৱাড়ী কর্মীয়ে সংগঠিত ৰূপত দীর্ঘদিনৰ পৰা তেওঁলোকৰ ন্যায্য দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে যদিও আজি পর্যন্ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত ক্ষুব্ধ হৈ পৰিছে । আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কৰ্মী-সহায়িকাসকলে এক প্ৰতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰে…
Read More...