ভৱানীপুৰত চুৰি গৰু বিক্ৰী কৰিবলৈ আহি আটক তিনি যুৱক
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : ভৱানীপুৰৰ গলিয়াৰ পশু বজাৰত আজি দুটাকৈ চুৰি গৰু উদ্ধাৰ হোৱাৰ লগতে চুৰি গৰু দুটা বিক্ৰী কৰিবলৈ অহা তিনিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে গৰু চুৰি কাৰ্যৰ মূল নায়ক পাঠশালাৰ এজন হোটেল ব্যৱসায়ীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তিনি দিন পূৰ্বে পাঠশালাৰ বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিকটৱৰ্তী চৰণীয়া পথাৰৰ পৰা…
Read More...