খুমটাই আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান আৰোগ্য শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : খুমটাই আদৰ্শ চিকিৎসালয়ত কালি আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈ যায়। আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ নবীন গোহাঁয়ে ফিতা কাটি উদ্বোধন কৰা শিবিৰত চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ মনোজ হাজৰিকাই আঁত ধৰে। অনুষ্ঠানত উপস্থিত থাকে এ বি পি এম প্ৰকাশ জ্যোতি মহন্ত, ফামাৰ্চিষ্ট পলৱী কুৰ্মীৰ লগতে চিকিৎসক আৰু…
Read More...