কংগ্ৰেছত বিসম্বাদৰ উকমুকনি, সাগৰিকাৰ লগ এৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে
সমাগত বিধানসভা নিৰ্বাচন। ক্ৰমাৎ কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদৰ উকমুকনি। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে দেৰগাঁৱত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে দেখা দিছে । যাৰ ফলত দেৰগাঁৱৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে লগ এৰিছে কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাৰ।
তালিকা প্ৰকাশ হোৱাৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ…
Read More...