ৰাণী চাপৰিৰ মনসা মন্দিৰত প্ৰাণপ্ৰতিষ্ঠাত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ
ৰাণী চাপৰিৰ শ্রীশ্রীমনসা মন্দিৰৰ উন্নয়নৰ বাবে ১ কোটি টকা ঘোষণা
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ গড়লৰ ভট্টপাৰা ৰাণী চাপৰিৰ শ্রীশ্রীমনসা মন্দিৰৰ নৱনির্মিত মণিকূট আৰু মা মনসা দেৱীৰ প্রাণ প্রতিষ্ঠা অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অংশগ্রহণ কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ভাৰতীয়…
Read More...