আজিৰ দিনটোৰ ৰাশিফল
আজি ২৬ অক্টোবৰ, কাতি মাহৰ ৯ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : অশ্লেষা, যাত্রা : শুভ
মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
বৃষ : কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব৷ দাম্পত্যত শুভ…
Read More...