কংগ্রেছৰ দ্বিতীয়খন তালিকাত ২৩ প্রার্থীৰ নাম, কোন সমষ্টিত কোনে পালে টিকট?
ডিজিটেল ডেস্ক, ১৫ মার্চ : ৰাজ্যত অব্যাহত থকা নির্বাচনী তৎপৰতা তথা জল্পনা–কল্পনাৰ ওৰ পেলাই হাইকমাণ্ডৰ অনুমোদন ক্রমে শনিবাৰে নিশা কংগ্রেছে দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰে৷ এই তালিকাত ২৩জন দলীয় প্রার্থীৰ নাম সন্নিৱিষ্ট হোৱাৰ বিপৰীতে আন ১৫খন আসন মিত্রদলৰ নামত ৰাখিছে৷
লক্ষণীয়ভাৱে এই মিত্রদল কোন হ’ব সেই কথা স্পষ্টভাৱে সদৰী কৰা নাই সর্বভাৰতীয়…
Read More...