লাচিত অসমৰ বীৰপুত্র নহয়, সমগ্র ভাৰতৰে বীৰ পুত্র : অমিত শ্বাহ
কলাক্ষেত্ৰত অৰূপ কুমাৰ দত্তৰ গ্ৰন্থ ‘আছাম ব্রেভহার্ট লাচিত বৰফুকন’ গৃহমন্ত্রী শ্বাহৰ
লাচিতৰ ওপৰত ৰচিত গ্রন্থখন ২৩টা ভাৰতীয় ভাষালৈ অনুবাদ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ লাচিত বৰফুকনৰ বীৰগাথাৰে ৰচিত বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তৰ ‘আছাম ব্রেভহার্ট লাচিত বৰফুকন’ শীর্ষক গ্রন্থখন আজি উন্মোচন কৰে কেন্দ্রীয় গৃহমন্ত্রী মন্ত্রী অমিত শ্বাহে৷ গুৱাহাটীৰ…
Read More...