বাথৌ ধৰ্মক জগতসভালৈ নিয়াৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী
👉ৰাজ্য চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো বাথৌ মন্দিৰত পাঁচ লাখ টকাকৈ দিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ
👉গুৱাহাটীত অৱস্থিত বাথৌ মন্দিৰৰ বাবে ১০ কোটি টকাৰ সাহাৰ্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷
👉প্ৰতি বছৰে বাথৌ মহাসভাক ৫০ লাখ টকাৰ অনুদান প্ৰদান কৰিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ৷
✅পাঁচ তত্ত্বৰ দ্বাৰা পৰিচালিত, বৈজ্ঞানিক দৃষ্টিভংগীৰে সৃষ্ট, প্ৰকৃতিৰ পূজাৰ আধাৰত…
Read More...