নগৰবেৰাত বিধ্বস্ত কাঠৰ দলঙে জীয়াতু ভোগাইছে পথচাৰীক
নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ এলেকাৰ পিজুপাৰা-বিদ্যানগৰ চেনীমাৰা সংযোগী গড়কাপ্টানী পথৰ কৰ্ণনৈ নদীৰ ওপৰত থকা কাঠৰ জৰাজীৰ্ণ বিধ্বস্ত দলঙে বিপাঙত পেলাইছে প্ৰায় পাঁচখন গাঁৱৰ ৰাইজক৷ চৰকাৰে উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কয় যদিও বাটপথৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ ভিতৰতে বৃহত্তৰ নগৰবেৰা অঞ্চল অতিকে পিছপৰি থকাত ৰাইজে উন্নয়ন আজি প্ৰহসনত পৰিণত…
Read More...