ভূপেন বৰাই এইবাৰ পৰাজয়ৰ অভিলেখ গঢ়িব : পীয়ূষ হাজৰীকা
বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ বিজেপিৰ উদ্যোগত আজি জোনাইৰ মিচিং কৃষ্টি ভৱন প্ৰাংগণত নৱগঠিত ৮০ নং জোনাই বিধানসভা সমষ্টিভিত্তিক বিশাল গণ সমাৱেশ এখন অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। উক্ত সভাত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই আদৰণী ভাষণ আগবঢ়ায়। মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰি দিয়া ভাষণত অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী…
Read More...