বনৰীয়া পক্ষীৰ বধ্যভূমিত পৰিণত ঢকুৱাখনাৰ কঢ়া ঘাট
🔹 দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিছে জাকে জাকে বগলী
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কৰ্ম।নিৰীহ পক্ষীকুলক নিৰ্দয়ভাৱে হত্যা একাংশ মানৱৰূপী দানৱৰ। যি সময়ত প্ৰকৃতিক সুৰক্ষাৰ দাবীত বিভিন্ন দল-সংগঠন, প্ৰকৃতিপ্ৰেমী ৰাইজে আন্দোলন, সজাগতা সভা অনুষ্ঠিত কৰি আহিছে, তেনে সময়তে ঢকুৱাখনাত একাংশ দুষ্কৃতিকাৰীয়ে অব্যাহত ৰাখিছে পক্ষী নিধন যজ্ঞ।…
Read More...