সৰ্থেবাৰীত আৰম্ভ ষষ্ঠদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : গ্ৰন্থমেলা এখন জীয়াই ৰখাটো আমাৰ সামাজিক দায়িত্ব। এখন গ্ৰন্থমেলা দীৰ্ঘকালৰ বাবে জীয়াই ৰখাৰ বাবে সামাজিক সচেতন তথা দায়িত্ব বোধ থকা লোকে এক সংগ্ৰামৰ বাটেৰে বাট বুলিব লাগিব। সৰ্থেবাৰীত আজিৰে পৰা আৰম্ভ হোৱা ষষ্ঠদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰি এই মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ তথা কৃষ্ণ গুৰু আধ্যাত্মিক…
Read More...